মোৰ অকণমানিজনী । খণ্ড-১: নভঙা অভিমান
🙍🏻♂️: এই....
🙎: কোৱা....
🙍🏻♂️: কি হ'ল ? কিবা খং কৰি আছা ন ? 🎈👊
🙎: 👻😡 না নকৰো খং তোমাক....?
🙍🏻♂️:কিয়...?
🙎:উহো না এনেই...
🙍🏻♂️:মই কোনো নহয় তাৰমানে ?
🙎:তেনেকোৱা নহয়....কিন্তু খং হে নকৰো আৰু....॥
🙍🏻♂️:খং কৰা যেতিয়া বাদ দিবা মইও তোমাৰ কোনাে নহয় তাৰমানে ?
🙎:হয়...... কিন্তু খং হে নকৰো আৰু......ভাল কে থাকিবা তুমি ।....
🙍🏻♂️:মইও যদি খং কৰা বাদ দিও ?
🙎:উম দিবা...ভালে পাম...খং কৰা মানুহ মই এনেও বৰ এটা ভাল নাপাও....
🙍🏻♂️:তেনেকোৱা কে কলে মোৰো ভাল নালাগে অ...যেন মই তোমাৰ কোনোৱে নহয়.....যেন মোৰ কোনো ..ൠ💔importance এ নাই
এনেকোৱা লাগে......
🙎:হেই তেনেকোৱা নহয় দিয়া... কিন্তু খং অভিমান জেদ এইবোৰ আৰু নকৰো দিয়া.....হম............
খং নো কাক কৰে....যাৰ লগত কিবা সম্পৰ্ক থাকে...তোমাৰ লগত টো মোৰ আৰু একো নাই....।
🙍🏻♂️: 🐠☹ প্লিজ....আৰু নকবা...যি হৈছে হৈছে দিয়া ভাল হোৱা নাই...ভাল কে ৰাখিব চেষ্টা কৰাচোন....আতৰি যোৱা....
খং নকৰো বুলি কোৱা...এইবোৰ কথা নকবা....কিবা ভাল নালাগে জানা ?
🙎:উম নকও আৰু একো.....
🙍🏻♂️:মই আছোটো....মই নাযাও...মই নোৱাৰো যাব.......মই সহজে গুচি যোৱা মানুহ নহয় অ'...........💝ඏ
🎈🎈এইযে কৈছিলা কথাবোৰ কথা হৈয়ে ৰ'ল জানা.....কাৰ্যত শূন্য হৈ ৰৈ গ'ল ।
👻তুমিয়ে কোৱাচোন....🍧🎅
কথাৰে চব নহয় কামেৰেহে হয় সকলো.....🎈
কিন্তু শেষত কি হ'ল......?👻
যিয়ে নহওক কিয়....😲👣
💔💔মোৰ পুৱা আৰু সন্ধিয়াৰ প্ৰাৰ্থনাত তুমি সদায় আছিলা আৰু থাকিবা আগলৈও......💔💔
ভালে থাকিবা তুমি ।
_____**______
মোৰ অকণমানিজনী । খণ্ড-২: "এই অনলাইন আছা !"
🙍🏻♂️: হেল্ল'......এই........Online আছা ?
🙎🏻♀️: উম WhatsApp ত আছিলো এতিয়া অফ হলো ? বেয়া পায় ন অনলাইন থাকিলে ?
🙍🏻♂️: উহো থাকিবা । কিন্তু যি তি Status কিয় দিয়া ?
🙎🏻♀️: অলপ সময় হে আছিলো । ক'ত নো যি তি Status দিলো।
🙍🏻♂️: থাকিবা যিমান থাকা । আৰু ন যি টি ফটোৱা বোৰ Status ত দিয়াটো জৰুড়ী নেকি ?
🙎🏻♀️: কি মানে ? ইমান খং ?
🙍🏻♂️: নাই, চাই আছো সদায় । নিজৰ ব্যক্তিগত কথাবোৰ ব্যক্তিগত কৰি ৰাখিব নোৱাৰি নে ? পৃথিৱী খনৰ মানুহক দেখাই কি লাভ কোৱাচোন ?
🙎🏻♀️: হম পাৰি..........কিয় ইমান খং ? বুজি নাপাও অলপ টো কথা টো বুজি পাব লাগে ন ?
🙍🏻♂️: লাগে But মই নুবুজো । মই বৰ চিধা মানুহজন...কথা পাতিব নাযানো । তেল মাৰি কথা কব নাযানো যি কও চিধাকে কও । সেয়ে বেয়া পায় কোনোবাই ।
🙎🏻♀️: হে ভগৱান ! কি কলো ন মই ? হ'ব দিয়ক মোৰে ভুল হ'ল । আৰু নকও SORRY । আৰু একো Status নিদো যা ।🎈👊
🙍🏻♂️: খং উঠি যায় । মাথা টোৱে কাম নকৰা হৈ যায় । 🎈👊
Status দিছা ভাল কৰিছা । কিন্তু যি তি বোৰ কিয় দিব লাগে ?
🙎🏻♀️: খং কৰিলে মই বেয়া পাঁও নকৰিব ? ঘৰখনত বৰ মৰমত ডাঙৰ হৈছো খং-ৰাগ এইবিলাক বৰ ভাল নাপাঁও মই ?
🙍🏻♂️: কথা নুশুনা মানুহক মইও বৰ এটা ভাল নাপাও আকৌ ।খং যদি কৰিবই নালাগে মই বেয়া পোৱা কাম বোৰ কিয় কৰা ?
🙎🏻♀️: হ'ব দিয়ক নকৰো আজিৰ পৰা ।
🙍🏻♂️: উম চিধা থাকিবি ।তেল মাৰি কথা ক'ব নাজানো মই ? শুনা- Love you..❤️❤️.....
🙎🏻♀️: হম, ঠিক আছে ।
🙍🏻♂️: হ'ব কবই নালাগিছিল । এইচব কাৰণেই টো খং উঠে ।
🙎🏻♀️: আৰে আৰে......কি মানে ইমান খংত কয় নি ?
মোক কবলৈ টো অকমান সময় দিয়ক ।
🙍🏻♂️: হম, অ ভাল পোৱা মানুহক হে খং কৰে । কৰবাৰ অচিনাকি জনক টো খং নকৰে ।
🙎🏻♀️: হম...
🙍🏻♂️: কোৱা ?
🙎🏻♀️: মইও ভাল পাঁও আপোনাক । কিন্তু ইমান খং কৰে ভয়ে লাগে ক'বলৈ ।
🙍🏻♂️: উম । চিধা থাকিবি মোৰ ওচৰত । বায়
আসঃ বুকু ভৰি গ'ল ।🍧🎅
ক্ষন্তেকতে খং...
ক্ষন্তেকতে মৰম....
অভিমান বোৰ এনেকৈয়ে চলি থাকক....❤️❤️
মৰম বোৰ বৈ থাকক নদী হৈ
হৃদয়ৰ পৰা হৃদয়লৈ......
সুখবোৰ তেওঁৰেই হওক ভগৱান
যাক মই মোৰ কৰিব বিছাৰো ।❤️❤️
Script:
❤️❤️❤️Krishna Jyoti Jonak, Shansanew❤️❤️❤️